উত্তৰঃ বাণিজ্যিক বেংক।
Month: April 2022
সঞ্চয় কেই প্ৰকাৰৰ?
উত্তৰঃ সঞ্চয় তিনি প্ৰকাৰৰ।
অসমৰ প্ৰথমটো বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ অসমৰ প্ৰথমটো বেংক 1770 চনত প্ৰতিষ্ঠা হৈছিল।
অসমৰ প্ৰথমটো বেংকৰ নাম কি?
উত্তৰঃ অসমৰ প্ৰথমটো বেংকৰ নাম আছিল বেংক আব্ হিন্দুস্থান।