ঋণমুদ্ৰা সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ : মুদ্রাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় কাৰণ সা-সামগ্রী যেনে— মাছ, কণী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্রা নষ্ট হৈ নাযায়।

মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?

উত্তৰঃ মুদ্রাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় কাৰণ সা-সামগ্রী যেনে— মাছ, কণী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্রা নষ্ট হৈ নাযায়।

১৫। ধাতু পাঠ,গণপাঠ, লি্ঙ্গানুশাসনআৰু উনাদিসূত্ৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অষ্টাধ্যায়ীৰ অন্তৰ্গত ‘ধাতু পাঠ’ৰ ভিত্তিতএকাদশয খ্ৰীঃত মৈত্ৰেয়ৰগাখি ধাতুসপ্ৰদীপ নামৰ গ্ৰন্থ ৰচনা কৰে। ‘ধাতু পাঠ’ৰ ভিত্তিত ৰচনা অন্যান্য কেইখনমান গ্ৰন্থহ’ল হ’ লঃদেৱবিৰচিত দৈৱ, মাধৱসায়নৰ (চতুৰ্দশ শতিকা) মাধৱীয় ধাতু বৃত্তি, ক্ষীৰস্বামীৰ ক্ষীৰ তৰঙ্গিনী, কাশ কূটস্নৰ শব্দকলাপ ধাতু পাঠ ইত্যাদি। দৈৱ-ৰ কৃষ্ণলীলা Read More …