প্লাজমা কাক বোলে ?

আয়নিত গেছ যত মুক্ত ইলেক্ট্ৰন আৰু ধনাত্মক আয়নৰ সংখ্যা প্ৰায় সমান। আন্তঃনাক্ষত্ৰিক স্থানত, গেছ ক্ষৰণ টিউবত, নক্ষত্ৰ’ৰ (আনকি সূৰ্য্যৰ) বাতাবৰন আৰু পৰীক্ষামূলক তাপ-নিউক্লীয় বিক্ৰিয়ক প্লাজমা বোলে।

সেউজ বিপ্লৱ কি?

উত্তৰঃ সফল খেতিয়কসকলে নিজৰ মাটি , মূলধন , নতুন । উচ্চ প্রযুক্তিবিদ্যা , নতুন প্রজাতিৰ বীজ আৰু আধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি , নিজৰ মাটিত অত্যাধিক কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল । এই কৃষিজাত খাদ্যশস্যৰ অত্যধিক উৎপাদন ব্যৱস্থাটোকে সেউজ বিপ্লব Read More …