উত্তৰঃ ভাৰতীয় অর্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্রণ প্রত্যাহাৰেই হৈছে উদাৰীকৰণ ।
Month: April 2022
কিমান চনত ভাৰত চৰকাৰে তাৰাচান্দ কমিটি গঠন কৰে ?
উত্তৰ= ১৯৪৮ চনত ভাৰত চৰকাৰে তাৰাচান্দ কমিটি গঠন কৰে।
কিমান চনৰ কি মাহত ভাৰত চৰকাৰে এটা পৃথক শিক্ষা বিভাগ গঠন কৰে?
উত্তৰ = ১৯৪৫ চনৰ চেপ্তেম্বৰ মাহত ভাৰত চৰকাৰে এটা পৃথক বিভাগ গঠন কৰে ।
মুদ্ৰা কেই প্ৰকাৰৰ কি কি?
উত্তৰঃ মুদ্ৰা দুই প্ৰকাৰৰ ১। বিহিত মুদ্ৰা ২।অসীম বিহিত মুদ্ৰা।