১। অসমত কত কত জিলা ভগ্নাংশেষ সিচৰতি হৈ আছে ।

উওৰ = অসমত তেজপুৰত বামুণী পাহাৰৰ , শিলঘাট , গোৱালপাৰা,পাগলটেক,তেজপুৰত দ- পবতীয়া অঞ্চল আদি সিচৰতি হৈ আছে । ২। তেজপুৰত কি কি চিএ চিহ্ন কৰা হৈছে । উওৰ= তেজপুৰত সূৰ্য,শিৱ আৰ বুদ্ধ মঠৰ চিহ্ন কৰা হৈছে । ৩।অসমত কি কি Read More …

মিশ্ৰ অৰ্থনীতি কি?

উত্তৰঃ এই অৰ্থব্যৱস্থাত পুঁজিবাদৰ দৰে সম্পত্তিৰ ওপৰত ব্যক্তিগত মালিকীস্বত্ব থাকে। উৎপাদনৰ উপাদানসমূহ ব্যক্তি বা ব্যক্তিগত অনুষ্ঠানৰ অধীনত থাকে। পুঁজিবাদী অৰ্থব্যৱস্থাৰ দৰে ইয়াত ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য ব্যক্তিগত লাভ অৰ্জন।

ব্যক্তিগতকৰণ কি?

উত্তৰঃ চৰকাৰী উদ্যোগত বে – চৰকাৰী খণ্ডই মালিকানা স্বত্ব অৰ্জন কৰাৰ প্ৰক্ৰিয়াই হৈছে উদ্যোগৰ ব্যক্তিগতকৰণ অৱশ্যে অধিকতৰ প্ৰশস্ত অৰ্থত ব্যক্তিগতকৰণক বে – চৰকাৰী খণ্ডৰ দ্বাৰা ৰাজহুৱা উদ্যোগৰ পৰিচালনা নিয়ন্ত্রণকে ব্যৱস্থা বুজায় ।