উত্তৰ – সংবিধানৰ তৃতীয় খণ্ডত সন্নিবিষ্ট অনুচ্ছেদ ১২ ৰ পৰা ৩৫ মৌলিক অধিকাৰৰ সৈতে সম্পৰ্কিত।
Month: April 2022
১। ‘দৃশ্যান্তৰ’ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছে ?
উত্তৰঃ ‘দৃশ্যান্তৰ’ কবিতাত কবিয়ে পঁচিশ বছৰ পাছত মানুহজনক লগ পাইছিল।
Which amendment of the constitution added fundamental duties of the citizens?(সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ বাবে মৌলিক কৰ্তব্য সংযোজন কৰিছে?)
উত্তৰঃ চৰকাৰে গঠন কৰা স্বৰণ সিং সমিতিৰ পৰামৰ্শঅনুসৰি 1976 চনত 42 তম সংশোধনীৰ দ্বাৰা নাগৰিকসকলৰ মৌলিক কৰ্তব্যসংবিধানত যোগ দিয়া হৈছিল।