উত্তৰঃ ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিৰ ৰচক হ’ল- হৰেকৃষ্ণ ডেকা।
Month: April 2022
দৃশ্যান্ত’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ সাৰাংশঃ “দৃশ্যান্তৰ” কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকাদেৱে একেটি কবিতাৰ মাধ্যমত দুখন ভিন্ন ছবি অংকিত কৰিছে। সময়ৰ লগে লগে যে সকলো পৰিৱৰ্তন হয় আৰু সময়ৰ চাকনৈয়াত পৰি মানুহ যে কৃত্রিমতাৰ বলি হৈ কাৰোৰ কথা নাভাবে কবিয়ে তাকে বুজাব বিচাৰিছে। কবিয়ে পচিশ Read More …
২) সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেই বাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল।
In which pant of the Constitution of India are the Directive Principles of State Policy included?(ভাৰতৰ সংবিধানৰ কোন অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে?)
উত্তৰঃভাৰতীয় সংবিধানৰ অংশ-চতুৰ্থৰ অধীনত অনুচ্ছেদ 36-51 ৰাজ্যিক নীতিৰ নিৰ্দেশনা মূলক নীতিৰ (ডিপিএছপি) সৈতে সম্পৰ্কিত অন্তৰ্ভুক্ত কৰা হৈছে।