মধ্যপ্ৰদেশৰ ওৰাওঁসকলে কোন সময়ত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে? উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE) গদ্যাংশ- ব’হাগ বিহুৰ পৰম্পৰা
Month: April 2022
‘বিষুৱণ’ কি?
‘বিষুৱণ’ কি? উত্তৰঃ বিহু শব্দৰ উৎপত্তি সংস্কৃত ভাষাত ‘বিষুৱণ’।
কোনখন উপন্যাসত বিহুনাচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পোৱা যায়?
কোনখন উপন্যাসত বিহুনাচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পোৱা যায়? উত্তৰঃ মিৰি জীয়ৰী উপন্যাসত বিহুনাচ আৰু গীত সম্পৰ্কে প্ৰথমে আভাস পোৱা যায়।
অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পাতিছিল?
অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পাতিছিল? উত্তৰঃ গুৱাহাটীত।