‘কেঁচা পাতৰ কঁপনি’ উপন্যাস কোনে ৰচনা কৰিছিল? উত্তৰঃ ড° প্ৰফুল্লদত্ত গোস্বামী।
Month: April 2022
হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ বিষয়ে কি মন্তব্য দিছিল?
হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ বিষয়ে কি মন্তব্য দিছিল? উত্তৰঃ অশোভনীয় বুলি মন্তব্য দিছিল।
দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে?
দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে? উত্তৰঃ দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক বিষু বোলে।
‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনৰ ৰচক কোন?
‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনৰ ৰচক কোন? উত্তৰঃ গণেশ চন্দ্ৰ হাজৰিকা।