বিহুৰ আগদিনাক কি বোলে? উত্তৰঃ উৰুকা বোলে।
Month: April 2022
‘বাঁহী’ আলোচনীৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল?
‘বাঁহী’ আলোচনীৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল? উত্তৰঃ ১৯০৯ চনৰ নৱেম্বৰ মাহত ‘বাঁহী’ আলোচনী প্ৰকাশ হৈছিল।
‘লাইহাৰাওবা নৃত্য’ ভাৰতৰ কোন ঠাইত প্ৰচলিত?
‘লাইহাৰাওবা নৃত্য’ ভাৰতৰ কোন ঠাইত প্ৰচলিত? উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE) গদ্যাংশ- ব’হাগ বিহুৰ পৰম্পৰা
‘আসাম বন্ধু’ আলোচনীখন কেতিয়া প্ৰকাশ পায়?
‘আসাম বন্ধু’ আলোচনীখন কেতিয়া প্ৰকাশ পায়? উত্তৰঃ ১৮৮৫ চনৰ জানুৱাৰী মাহত প্ৰকাশ পায়।