উত্তৰঃ বনবাসত সময়ত পাণ্ডৱৰ লগত থকা তেওঁলোকৰ পুৰোহিতজনৰ নাম আছিল ধৌম।
Month: April 2022
স্বৰ্গলৈ গৈ যুধিষ্ঠিৰে কিমান সময়ৰ কাৰণে নৰক দৰ্শন কৰিব লগা হৈছিল?
উত্তৰঃ স্বৰ্গলৈ গৈ যুধিষ্ঠিৰে দিবাভাগৰ ত্ৰয়োদশ ভাগৰ এভাগ কাল নৰক দৰ্শন কৰিব লগা হৈছিল।
হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰাৰ সময়ত প্ৰথমতে কোনে মৃত্যুবৰণ কৰিছিল?
উত্তৰঃ পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰোতে প্ৰথমে পৰ্বতত বগাই উঠি যাওঁতে দ্ৰৌপদী বাগৰি পৰিছিল আৰু তেওঁৰ মৃত্যু হৈছিল।