উত্তৰঃ দক্ষৰ তেৰগৰাকী কন্যাৰ নাম আছিল ত্ৰুমে – অদিতি, কপিলা, দনু, কদ্ৰু, মুনি, ত্ৰুোধা, দনায়ু, সিংহিকা, কালা, দিতি, প্ৰধা, বিশ্বা আৰু বিনতা।
Month: April 2022
মহাৰাজ ধৃতৰাষ্ট্ৰই সকলো সময়তে আৰু সকলো সমস্যাতে মহামতি বিদূৰৰ পৰামৰ্শ আৰু সদুপদেশ লৈছিল?
উত্তৰঃ মহাৰাজ ধৃতৰাষ্ট্ৰই সকলো সময়তে আৰু সকলো সমস্যাতে মহামতি বিদূৰৰ পৰামৰ্শ আৰু সদুপদেশ লৈছিল।
“বৃদ্ধ ন্যুব্জ দেহ।” – ‘ন্যুব্জ’ শব্দৰ অৰ্থ কি ?
উত্তৰঃ ‘ন্যুব্জ’ শব্দৰ অৰ্থ হ’ল কুঁজা।
মহাভাৰতৰ যুগত বিদূৰক জনসমাজে কেনে লোকস্বৰূপে গণ্য কৰিছিল?
উত্তৰঃ মহাভাৰতৰ যুগত জনসমাজে বিদূৰক এজন অদ্বিতীয় পণ্ডিত, মহামতি আৰু মহাজ্ঞানী মহাত্মা স্বৰূপে গণ্য কৰিছিল।