উত্তৰঃ দুষ্মন্তই সসাগৰ মেদিনীলৈকে থকা ৰাজ্যবোৰ শাসন কৰিছিল।
Month: April 2022
ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ কনিষ্ঠা কন্যা সন্তানটিৰ নাম কি আছিল?
উত্তৰঃ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ কনিষ্ঠা কন্যা সন্তানটিৰ নাম আছিল দুঃশলা।
কবিক মানুহজনে কি বিচাৰি যোৱা বুলি ভাবিছিল?
উত্তৰঃ কবিক মানুহজনে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি ভাবিছিল।
সূৰ্যপুত্ৰ কৰ্ণৰ বাহিৰেও আৰু এজন কৰ্ণ কাৰ পুত্ৰ আছিল?
উত্তৰঃ সূৰ্যপুত্ৰ কৰ্ণৰ বাহিৰেও আৰু এজন জৰাসন্ধ আছিল।তেওঁ ধৃতৰাষ্ট্ৰৰ পুত্ৰ আছিল।