উত্তৰঃ কৌৰৱৰ সপক্ষে যুদ্ধ কৰা নাৰায়ণী সেনাৰ সেনাধ্যক্ষ আছিল সুশৰ্ম্মা
Month: April 2022
ৰাম-ৰাৱণৰ যুদ্ধত ৰাম-লক্ষ্মণক কোনে নাগপাশেৰে বন্দী কৰিছিল?
উত্তৰঃ ৰাম-ৰাৱণৰ যুদ্ধত ৰাম লক্ষ্মণক ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে নাগপাশেৰে বন্দী কৰিছিল।
পৃথিৱীৰ গংগা কোনে নমাই আনিছিল? তেওঁ কৰাৰ পুত্ৰ আছিল?
উত্তৰঃ ভগীৰথে পৃথিৱীলৈ গংগা নমাই আনিছিল। ভগীৰথ দিলীপ ৰজাৰ পুত্ৰ আছিল।
ঋতুপৰ্ণ কোন আছিল?
উত্তৰঃ ঋতুপৰ্ণ এজন ৰাজৰ্ষি আছিল।