বিহুৰ নৃত্য-গীতক কোনে অশোভন বুলি ঠাৱৰ কৰিছিল? উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য-গীতক অশোভন বুলি ঠাৱৰ কৰিছিল।
Month: April 2022
ইন্দ্ৰধ্বজ কি?
ইন্দ্ৰধ্বজ কি? উত্তৰঃ কালিকা পুৰাণ, দেৱী পুৰাণ, মহাভাৰত আদিত থকা এটা অনুষ্ঠান।
‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন?
‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন? উত্তৰঃ ড° প্ৰফুল্লদত্ত গোস্বামী।
অসমৰ বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আনঠাইত দেখা যায়নে, আলোচনা কৰা।
অসমৰ বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আনঠাইত দেখা যায়নে, আলোচনা কৰা। উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE) গদ্যাংশ- ব’হাগ বিহুৰ পৰম্পৰা