শব্দাৰ্থ লিখাঃ নওৰোজ, শ্বান, অপৰিহাৰ্য, উৰুকা, বিষুৱণ, পৰিপোষণ, হুঁচৰি, সমন্ধয়।

শব্দাৰ্থ লিখাঃ নওৰোজ, শ্বান, অপৰিহাৰ্য, উৰুকা, বিষুৱণ, পৰিপোষণ, হুঁচৰি, সমন্ধয়। উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE) গদ্যাংশ- ব’হাগ বিহুৰ পৰম্পৰা

‘বিহু’ শব্দৰ উৎপত্তি ক’ৰ পৰা হোৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে?

‘বিহু’ শব্দৰ উৎপত্তি ক’ৰ পৰা হোৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে? উত্তৰঃ ‘বিহু’ শব্দৰ উৎপত্তি সংস্কৃত ‘বিষুৱ’ শব্দৰ পৰা হোৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।