উদাৰীকৰণ কাক বোলে?

উত্তৰঃ ভাৰতীয় অর্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্রণ প্রত্যাহাৰেই হৈছে উদাৰীকৰণ ।

১৬। সংস্কৃত ব্যাকৰণ ব্যাকৰণৰ ইতিহাসত ন্যায়বাদী ধাৰাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৈদিক ঐতিহ্যৰ ভিত্তিত শব্দবাদী দাৰ্শনিকসকলে যি নাদ ব্ৰহ্মতত্ত্ব প্ৰতিষ্ঠা কৰিছিল, তাৰ সৈতে খাপ লোৱাকৈ এচাম বৈয়াকৰণে শব্দাৰ্থৰ নিত্যত্ত্ব বৃত্তিৰ সমৰ্থনত, অখণ্ড স্ফোট তত্ত্ব আধাৰত, ব্যকৰণশাস্ত্ৰক দৰ্শনৰ পৰ্ষায়লৈ নিয়ে। সংস্কৃত ব্যাকৰণ পৰম্পৰাত এনে প্ৰয়াস পোনপ্ৰথমে ভৰ্তৃহৰিৰ বাক্যপদীয়তে লক্ষ্য কৰা যায়। Read More …

পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা?

উত্তৰঃ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য হ’ল- ( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা । ( খ ) নিয়োগৰ সা – সুবিধা বৃদ্ধি কৰা । ( গ ) দৰিদ্ৰতা নির্মূল কৰা ।