অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা?

উত্তৰঃ ক) দেশৰ উমতি উন্নত ৰাজ্যসমূহৰ সম পর্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা। (খ) দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ। (গ) কৃষি খণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি করা।

কিমান চনৰ ৯ আৰু ১০ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় উপদেষ্টা পৰিষদত প্ৰতিবেদনৰ ওপৰত বিতং আলোচনা কৰা হৈছিল?

উত্তৰ=১৯৫৩ চনৰ ৯ আৰু ১০ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় উপদেষ্টা পৰিষদত প্ৰতিবেদনৰ ওপৰত বিতং আলোচনা কৰা।

ব্যক্তিগতকৰণ কাক বোলে?

উত্তৰঃ  চৰকাৰী উদ্যোগত বে – চৰকাৰী খণ্ডই মালিকানা স্বত্ব অৰ্জন কৰাৰ প্ৰক্ৰিয়াই হৈছে উদ্যোগৰ ব্যক্তিগতকৰণ অৱশ্যে অধিকতৰ প্ৰশস্ত অৰ্থত ব্যক্তিগতকৰণক বে – চৰকাৰী খণ্ডৰ দ্বাৰা ৰাজহুৱা উদ্যোগৰ পৰিচালনা নিয়ন্ত্রণকে ব্যৱস্থা বুজায় ।