উত্তৰঃ মক্কাৰ দুৱাৰত তিৰবেণী ঘাটৰ কথা কোৱা হৈছে।
Month: April 2022
‘ৰহমত গিৰিহঁত’ শব্দ দুটাই কি বুজাইছে ?
উত্তৰঃ ‘ৰহমত’ শব্দৰ অৰ্থ হ’ল দয়া আৰু ‘গিৰিহঁত’ শব্দৰ অৰ্থ হ’ল ভগৱান। অৰ্থাৎ ভগৱান হ’ল দয়াৰ আকাৰ বা পৰম দয়াশীল।
জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতক তুলনা কৰিব পাৰি ?
উত্তৰঃ জিকিৰ গীতৰ লগত অসমীয়া লোকগীতক তুলনা কৰিব পাৰি।
‘জিকিৰ গীত’জনপ্ৰিয় হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ ‘জিকিৰ গীত’জনপ্ৰিয় হোৱাৰ মূল কাৰণ হ’ল – ইয়াত ব্যৱহৃত হোৱা সহজ অসমীয়া ভাষা, জতুৱা ঠাঁচ আৰু উপমা।