উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ জন্ম ১৮৭৯ চনত জন্ম হৈছিল।
Month: April 2022
ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্ম হৈছিল।
ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বহাগী কবি বুলি জনা যায়।
ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী (ইংৰাজী: Raghunath Choudhary) অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়।