উত্তৰঃ বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগােলিক সংমণ্ডল হ’ল— চট্টগ্রাম, ৰাজশাহী আৰু ঢাকা।
Month: April 2022
স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ বাবে ব্রিটিছ চৰকাৰে বহুতাে চেষ্টা কৰিছিল। ইংৰাজ শাসকে জাতি, ধর্ম, ভাষা আৰু অঞ্চল আদিৰ ভিত্তিত ভাৰতীয়ৰ মাজত বিভেদ অনাৰ প্রয়াস কৰিছিল।
পদ্মনাথ গোহাঞিবৰুৱাৰ দুখন নাটকৰ নাম লিখা
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল-‘টেটোন তামুলী’ আৰু জয়মতী ।
অক্সি এছিড কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰঃ ফছফৰিক এচিড হৈছে এক অক্সিএচিড।