ক। উচ্চাৰণাত্মক অথবা পৰম্পৰাগত ধ্বনিবিজ্ঞানঃ

ইয়াত মৌখিক ধ্বনিসমূহৰ উচ্চাৰণৰ পাৰস্পৰিক সম্পৰ্ক অধ্যয়ন কৰা হয়। ই মানুহৰ বাক্যন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহৰ অধ্যয়ণ প্ৰণালী।

২০১০ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়নৰ প্ৰতিবেদনখনত মানৱ উন্নয়নৰ সন্নিবিষ্ট কৰা ধাৰণাকেইটাই কি কি বিষয় প্ৰতিফলিত কৰিছে?

উত্তৰঃ ১। বৈষম্য সাপেক্ষে মানৱ উন্নয়ন dimensional Poverty index)। ২। লিংগ বৈষম্য সূচকাংক আৰু ৩। বহুমাত্ৰীয় দ্ৰৰিদ্ৰ সূচকাংক (Multi dimesional poverty index)