উত্তৰঃ কিছুমান পদাৰ্থ আছে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্য়মত গোন্ধৰ পৰিৱৰ্তন ঘটে, তেনেবোৰ পদাৰ্থক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে। যেনে- পিয়াজ, লং আদি।
Month: April 2022
বংগ বিভাজন কোন ভাইচৰয়ৰ শাসনকালত হৈছিল?
উত্তৰঃ বংগবিভাজন লর্ড কার্জন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল।
কোনে অৰুণডেল সমিতি গঠন কৰি দিছিল?
উত্তৰঃ
সুচক কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰঃ বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদাৰ্থই হ’ল সূচক। হালধী হৈছে সূচকৰ উদাহৰণ।