কি ভাষাৰ অত্য়াধিক প্ৰয়োগে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় অধ্য়য়ন কৰাত বিশেষভাৱে হেঙাৰ স্বৰূপ হৈ উঠিছিল ?

উত্তৰ= ইংৰাজী ভাষাৰ অত্য়ধিক প্ৰয়োগে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় অধ্য়য়ন কৰাত বিশেষভাৱে হেঙাৰ স্বৰূপ হৈ উঠিছিল ।

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যকৰী প্ৰতিবেদনত মানৱ উন্নয়নৰ কি কি তিনিটা সূচক উল্লেখ কৰা হৈছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যকৰী প্ৰতিবেদনত মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল – ১। প্ৰত্যাশিত আয়ুস,২। শিক্ষা আৰু ৩। জীৱন-যাত্ৰাৰ মান।

গ্। শ্ৰুৱণাত্মক ধ্বনিবিজ্ঞানঃ

ইয়াত কাণ, শ্ৰৱণ ইন্দ্ৰিয় আৰু মগজুৰ মাধ্যমেৰে বাক্ধ্বনি সমূহৰ ইন্দ্ৰিয়ানুভূত সঁহাৰি বিষ্লেষণ কৰা হয়। কেতিয়াবা ধ্বনিবিজ্ঞানত ভাষাৰ ধ্বনি তৰঙ্গ,ধ্বনিৰ বায়ু প্ৰবাহ আদি জুখিবলৈ আহিলা পাতি ব্যৱহাৰ কৰা হয় বাবে যান্ত্ৰিক বা পৰীক্ষামূলক ধ্বনিবিজ্ঞান শব্দচোৰেই ইয়াক বুজোৱা হয়।