১৯। অসমীয়া ভাষাত কি কি চাৰিবিধ শব্দ পোৱা যায় ?

উত্তৰঃ অসমীয়া ভাষাত চাৰিবিধ শব্দ পোৱা যায়: সেইবোৰ হ’ল-ক। তৎসম বা অবিকৃত সংস্কৃত খ। তদ্ভৱ বা সংস্কৃতৰ পৰা উদ্ভৱ হোৱা শব্দ গ। দেশী বা নিভাঁজ অসমীয়া শব্দ আৰু ঘ।বিদেশী শব্দ এই চাৰিওবিধ প্ৰকাৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। শব্দৰ দিশত চাৰি Read More …

ঋণমুদ্ৰা কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ বাণিজ্যিক বেংকবোৰে সৃষ্টি কৰা আমানতক আমানত মুদ্ৰা বা ঋণ মুদ্ৰা বোলে। ঋণ প্ৰদানৰ যোগেদি বেংকবোৰে আমানতৰ সৃষ্টি কৰে। আমানত মুদ্ৰা বিহিত মুদ্ৰা বা প্ৰকৃত মুদ্ৰা নহয়। কিন্তু দেশৰ মুদ্ৰা সৃষ্টিৰ ক্ষেত্ৰত আমানত মুদ্ৰাৰ ভূমিকা যথেষ্ট বেছি।

মুদ্ৰাৰ গুৰুত্বপূৰ্ণ কাৰ্ষ উল্লেখ কৰা?

উত্তৰঃ মুদ্ৰাৰ গুৰুত্বপূৰ্ণ কাৰ্যসমূহ হ’ল – ১। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। ২। মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। ৩। মুদ্ৰাই স্থগিত দেনা – পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। ৪। মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব Read More …

১৮। শব্দ মানে কি উদাহৰণসহ লিখা।

উত্তৰঃ শব্দ হ’ল বাক্য গঠনৰ মূল উপাদান । শব্দ এটা বা একাধিক বৰ্ণ বা আখৰৰ সমষ্টিৰে গঠন হয়। যেনে-ক, খা, বিদ্যালয় ইত্যাদি। ওপৰৰ উল্লেখ কৰা ক, খা, ফুল, বিদ্যালয় আদি একোটা শব্দ কাৰণ, ক, খা ইহত এটা আখৰৰ শব্দ যদিও Read More …