পৌৰাণিক কাহিনী অর্থাৎ মহাকাব্য পুৰাণ আদিৰ পৰা বিষয়বস্তু লৈ ৰচনা কৰা নাটককেই পৌৰাণিক নাটক বোলে। পৌৰাণিক নাটকত দুঃসাহসিক বীৰত্বব্যঞ্জক ঘটনা , দৈৱ প্ৰভাৱ বা অলৌকিক বা অতিপ্রাকৃত উপাদান , ধৰ্মৰ প্ৰভাৱ এইবোৰ সাধাৰণ বৈশিষ্ট্য ।
Month: April 2022
বুৰঞ্জীমূলক নাটক কাক বোলে ?
সাধাৰণতে বুৰঞ্জীৰ ঘটনাৰ আধাৰত ৰচনা কৰা নাটককেই বুৰঞ্জীমূলক নাটক বোলা হয় ।
নাটক বুলিলে কি বুজা ?
নাটক সাহিত্যৰ এটি বিশেষ ধৰণ। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে।
চন্দ্ৰধৰ বৰুৱাৰ নাটকসমূহৰ নাম উল্লেখ কৰা
১. মেঘনাদ বধ নাট ২. ভাগ্য পৰীক্ষা ৩. তিলোত্তমা সম্বৱ ৪. ৰাজৰ্ষি ৫. ৰঞ্জন