কণীৰ খোলাৰ ওপৰত নাইট্ৰিক এছিড দিলে কি ঘটিব ?

উত্তৰঃ কণীটো কেলচিয়াম কাৰ্বনেটেৰে গঠিত। যেতিয়া কণীৰ খোলত নাইট্ৰিক এচিড যোগ দিয়া হয় যাৰ ফলত কেলচিয়াম নাইট্ৰেট আৰু কাৰ্বন-ডাই-অক্সাইড গেছ সৃষ্টি হয়। এগচেল + নাইট্ৰিক এচিড → কেলচিয়াম নাইট্ৰেট + কাৰ্বন ডাই অক্সাইড + পানী।

বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল?

উত্তৰঃ বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্জ কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। ইয়াৰে এজন আছিল মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত এন্দ্ৰু ফ্ৰেজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ।