উত্তৰঃ
Month: April 2022
সত্যাগ্ৰহ’ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰৰ গান্ধীজেয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া?
উত্তৰঃ সত্যাগ্রহ’ শব্দটো সত্য আৰু ‘আগ্রহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অর্থ ‘সত্যৰ প্রতি আগ্রহ’, অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা।
কি ৰাজনৈতিক পৰিস্থিতিত ‘গান্ধী-আৰউইন চুক্তি স্বক্ষৰিত হৈছিল? চুক্তিৰ চৰ্তসমূহ আলোচনা কৰা?
উত্তৰঃ
ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা?
উত্তৰঃ অসহযােগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতবৰ্ষৰ প্ৰথমটো ব্রিটিছ বিৰােধী ৰাজনৈতিক আন্দোলন আছিল। এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰপৰা। ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।