উত্তৰঃ দক্ষিণ আফ্ৰিকাত।
Month: April 2022
আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল?
উত্তৰঃ
কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে আহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল?
উত্তৰঃ
আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণ সমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল আলোচনা কৰা?
উত্তৰঃ ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে আইন অমান্য আন্দোলনটো দুটা পর্যায়ত আৰম্ভ হৈছিল। এই আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল ব্রিটছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছনত কেৱল ব্রিটিছ সংসদ সদস্যক অন্তর্ভূক্ত কৰা হৈছিল বাবে ইয়াক ভাৰতীয়সকলে বর্জন কৰে।