মহাত্মা গান্ধীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়। গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে।

কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯১৯ চনত লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰাৰ ফলত লালা ৰাজপত ৰায় বেয়াকৈ আহত হৈছিল আৰু তাৰ ফলতেই তেওঁৰ মৃত্যু হয়।