অসহযোগী আন্দোলনৰ মূখ্য লক্ষ্য কি আছিল?

উত্তৰঃ অসহযোগ আন্দোলন হৈছে ১৯২০ চনৰ ৫ ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে স্বায়ত্বশাসন আৰু সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্যৰে আৰম্ভ কৰা এক আন্দোলন।

অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?