Month: April 2022
‘আহোমৰ দিন’ কোনে ৰচনা কৰিছিল ?
২। বহিঃবাণিজ্য়ৰ ক্ষেত্ৰত ভাৰতে কিহৰ পৰা অগ্ৰগতি লভা কৰিছে?
উত্তৰঃ বহিঃবাণিজ্য়ৰ ক্ষেত্ৰত ভাৰতে পুৰ্বৰে পৰা অগ্ৰগতি লাভ কৰিছে।
১। ভাৰতৰ আদি মধ্য়যুগ বুলিলে কিমান শতিকাৰ পৰা কিমান শতিকালৈ বুজায়?
উত্তৰঃ ভাৰতৰ আদি মধ্য়যুগ বুলিলে ষষ্ঠশতিকাৰ পৰা ১৩ শতিকালৈ বুজায়।