কবি হেমসৰস্বতীৰ এটি চমু পৰিচয় দিয়া ।

হেম সৰস্বতী এজন চতুৰ্দশ শতিকাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ “প্ৰহ্লাদ চৰিত্ৰ” আৰু “হৰগৌৰী-সংবাদ” নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷