উত্তৰঃ ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। ১৮৬১ চনত (১৮ অক্টোবৰ) এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত।
Month: April 2022
মণিৰাম দেৱানক ইংৰাজে কি পদত নিযুক্তি দিছিল?
উত্তৰঃ
মণিৰাম দেৱানে কোন আহোম কোঁৰৱৰ সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল?
উত্তৰঃ
মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ ১৮০৬ চনৰ ২৭ এপ্ৰিলত সোণ-ৰূপৰ চামুচ মুখত লৈ শিৱসাগৰৰ চাৰিঙত জন্ম লাভ কৰিছিল মণিৰাম দেৱানে। পিতৃৰ নাম আছিল ৰাম দত্ত আৰু মাতৃ কৌশল্যা দেৱী। তেখেতৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰুৱা।