উত্তৰঃ কেঞাসকল মহাজন শ্ৰেণীৰ আছিল। তেওঁলােকক মাৰােৱাৰী বুলিও কোৱা হয়।
Month: April 2022
কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰঃ ১৮৫৩ চনত।
ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ
মণিপুৰত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত মুখ্য নায়কজন কোন আছিল?
উত্তৰঃ