Month: April 2022
পানেশৈক বাপেকে কি বুলি কৈছিল ?
উত্তৰঃ পানেশৈক নীল সাগৰৰ মাজত দেখি বাপেকে তেওঁৰ ঘাটলৈ নাও চপাবৰ বাবে অনুৰোধ জনাইছে ৷ তেওঁ কৈছে যে তেওঁ পানেশৈক সকলো দিব— ধন সম্পত্তি , আ – অলংকাৰ সকলো দিয়াৰ আগতে খাটলি পীৰাত বহুৱাই ভাত খুৱাব ।
‘পানেশৈ’ কোন শ্ৰেণীৰ কবিতা ?
উত্তৰঃ পানেশৈ এটি ‘ বেলাড ‘ শ্রেণীৰ কবিতা ।