উত্তৰঃ চামুৰাই হ’ল জাপানৰ এটি যুঁজাৰু জাতি ।
Month: April 2022
চামুৰাইৰ দেউতাকে কেনেকৈ মৃত্যু-বৰণ কৰিছিল উল্লেখ কৰা ।
‘চামুৰাই’ ৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত কি প্ৰতিজ্ঞা কৰিছিল ?
উত্তৰঃ চামুৰাইৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত প্ৰণাম জনাই এই বুলি প্রতিজ্ঞা কৰিছিল যে তেওঁলোকে অসমকে নিজৰ মাতৃভূমি হিচাপে আকোঁৱালি লৈ অসমতে থাকিব।