৩। ব্যাকৰণৰ দিশত জি.এফ. নিকল চাহাবৰ ব্যাকৰণৰ বিষয়ে লিখা।

উত্তকঃ হেমচন্দ্ৰ বৰুৱাৰ পিচত অসমীয়া বযাকৰণৰ ইতিহাসত সততে স্মৰণীয় ব্যক্তিজন হৈছে জি.এফ. নিকল চাহাব। এইগৰাকী পণ্ডিতে ‘Sketch of Assamese Grammar’ নামৰ এটি নোট লিখি ১৮৯৪ চনত ‘Menual of Bengali Language’ নামৰ গ্ৰন্থখনিত প্ৰকাশ কৰিছিল। ব্যাকৰণবিদজনৰ মতে ‘Sketch of Assamese Grammar’- Read More …

দৰং জিলাৰ দুটা লোক-নৃত্য উল্লেখ কৰা?

উত্তৰঃ অসমত শাস্ত্ৰীয় উপাদানেৰে সমৃদ্ধ নৃত্য কেইবিধমান হ’ল সত্ৰীয়া নৃত্য, মঠ মন্দিৰৰ লগত জড়িত নটীনাচ আৰু ওজাপালি। এই নৃত্য কেইবিধৰ ভিতৰত ওজাপালি নৃত্য দৰঙত বহুল ভাৱে চৰ্চিত আৰু প্ৰচলিত। বিয়াহৰ ওজাপালি দৰঙত সভাগোৱা ওজাপালি নামে খ্যাত।