উত্তৰঃ
Month: April 2022
সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ প্ৰায় ৪০০০ চনত হৈছিল ।
সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তত আছিল?
উত্তৰঃ
অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমূকৈ লিখা?
উত্তৰঃ অসমত সপ্তদশ শতিকা মানৰপৰা চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখন মান সচিত্র পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচুড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি।