হেৰাকা আন্দোলন কি?

উত্তৰঃ নাগালেণ্ডৰ বিভিন্ন জনজাতীয় গােটৰ পৰম্পৰাগত ধর্মীয় বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ তথা পুনৰ প্রৱর্তন কৰাৰ উদ্দেশ্যে স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে গঢ়ি তােলা আন্দোলনটোকে হেৰাকা আন্দোলন বুলি জনা যায় ।