উত্তৰঃ
Month: April 2022
চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ চৰ্যাপদ হৈছে ৮ম-১২শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। চৰ্যাপদসমূহক বঙালী-অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে।
চৰ্যাপদ মানে কি?
উত্তৰঃ চৰ্যাপদ হৈছে ৮ম-১২শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত।
অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰঃ প্ৰাচীন সংস্কৃত সাহিত্যত ‘প্ৰাগজ্যোতিষ’ আৰু ‘কামৰূপ’ দুইটায়ে প্ৰাচীন অসমৰ নাম আছিল।