উত্তৰঃ
Month: April 2022
অসম কেতিয়া ইংৰাজৰ হাতলৈ গৈছিল?
উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়।
কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মান কৰিছিল?
উত্তৰঃ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে।
অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰঃ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম অৰুণোদয়।