৫। ড॰ বাণীকান্ত কাকতিৰ ব্যাকৰণ সম্পৰ্কীয় গ্ৰন্থখনৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ অসমীয়া ব্যাকৰমৰ ইথিহাসত ড॰ বাণীকান্ত কাকতিৰ ১৯৪১ চনত প্ৰকাশিত ‘Assamese its Formation and Development’ শীৰ্ষক গ্ৰন্থখন আন এক উদ্দ্বল কীৰ্তিস্তম্ভ স্বৰূপ। এই গ্ৰন্থখন হৈছে অসমীয়া ভাষাৰ বিজ্ঞানসন্মত ব্যাকৰণৰ আৰ্হি য’ত অসমীয়া ভাষাটোৰ ঐতিহাসিক দিশৰ পূৰ্ণাঙ্গৰ আলোচনাৰ লগতে বৰ্ণাত্মক দিশ Read More …