অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৪০ চনত অসম ছাত্ৰ সন্মিলনী (ইংৰাজী: Assam Students’ Association) নামৰ এটা ছাত্ৰ সংগঠন বিভাজিত হৈ সদৌ অসম ছাত্ৰ ফেডাৰেছন (ইংৰাজী: All Assam Students’ Federation) আৰু সদৌ অসম ছাত্ৰ কংগ্ৰেছ (ইংৰাজী: Assam Students’ Congress) দুটা সংগঠন গঠিত হৈছিল।

হেমকোষ কোনে ৰচনা কৰিছিল?

উত্তৰঃহেমকোষ (ইংৰাজী:  হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ প্ৰথম বুৎপত্তিগত অভিধান। ইয়াক ১৯০০ চনত পি. আৰ. গাৰ্ডেন আৰু হেমচন্দ্ৰ গোস্বামীৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল।