৬। ব্যাকৰণ ৰচনাৰ উদ্দেশ্য কেনেধৰণৰ চমুকৈ লিখা।

উত্তৰঃ ব্যাকৰণ ৰচনাৰ মূলত উদ্দেশ্য হৈছে ভাষা এটাৰ গাঁথনিক দিশ সম্পৰ্কে পুংখানুপংখযভাৱে আলোচনা কৰা। অৰ্থাৎ ভাষা এটাৰ বৈশিষ্ট্য ভাষাটোত ব্যৱহাৰ হোৱা ধ্বনি, বাক্য গাঁথনি, শব্দভাণ্ডাৰ, প্ৰত্যয়, বিভক্তিকে আদি কৰি আন আন ব্যাকৰণগত দিশ আদিৰ বিষয়ে আলোচনা কৰাই হৈছে ব্যাকৰণৰ মূল উদ্দেশ্য Read More …

অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল?

উত্তৰঃ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল।