Month: April 2022
‘চামুৰাই’ কবিতাটোত বৰ্ণনা কৰা মতে চামুৰাইজনৰ ককাদেউতাকৰ ককাকে কেনেকৈ মৃত্যুবৰণ কৰিছিল ?
চামুৰাইৰ পূৰ্বপুৰুষসকল অসমলৈ কিয় আহিছিল ?
উত্তৰঃ চামুৰাইৰ পূৰ্বপুৰুষসকল অসমৰ বিদ্ৰোহী মৰাণক খেদি আহোম ৰজাক পুনৰ ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ স’তে অসমলৈ আহিছিল।