প্ৰতিস্থাপন বিক্ৰিয়া কি ?

কোন অধিক সক্রিয় মৌল বা যৌগমূলক অপৰ কোন কম সক্রিয় মৌল বা যৌগমূলককে প্রতিস্থাপন কৰে নতুন যৌগ উৎপন্ন কৰাৰ প্রক্রিয়াকে প্রতিস্থাপন বিক্রিয়া বলে।

বিযোজন বিক্ৰিয়া কি ?

যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থই একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ বিখণ্ডিত হৈ যায়, তেনে বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বোলে।