ৰেনচিডিটি বা দুৰ্গন্ধিতা বুলিলে কি বুজা ?

যেতিয়া কোনো এটা বস্তু খোলা ঠাইত ৰখা হয়, তেতিয়া বস্তুখিনি অক্সিজেনৰ সৈতে জাৰিত হৈ ইহঁতৰ স্বাদ আৰু গোন্ধৰ পৰিৱৰ্তন হয়। ইয়াকেই দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলে।

কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

(ক) ধন এটা চামে উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে । (খ) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালী কৰে ।