class 10
Month: April 2022
ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটি লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?
Class 11
সংযোজন বিক্ৰিয়া বুলিলে কি বুজা ?
দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উতপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে।
তাপবৰ্জী বিক্ৰিয়া বুলিলে কি বুজা ?
শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণ তাপ শক্তিৰ উৎপন্ন হয়। সেইবোৰ শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।