অম্ল ক্ষাৰক সূচক কি ?

অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য হল – অম্ল টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে। অম্লই নীলা লিটমাছ ৰঙা কৰে কিন্তু ক্ষাৰকে ৰঙ লিটমাছ নীলা কৰে। অম্লত হাইড্ৰোজেন থাকে কিন্তু ক্ষাৰকত হাইচৃড্ৰোক্সিল থাকে।

আম্লিক লৱণ কি ?

লৱণ  হৈছে অম্ল আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপাদিক হোৱা একপ্ৰকাৰৰ আয়নিত ৰাসায়নিক যৌগ। লৱণবোৰত বৈদ্যুতিক ভাৱে প্ৰশম (সামগ্ৰিকভাৱে আধানহীন) হৈ থকাকৈ সমতুল সংখ্যাৰ কেটায়ন (ধনাত্মক আয়ন) আৰু এনায়ন (ঋণাত্মক আয়ন) লগলাগি গঠিত হয়।

What is the ancient name of India? ভাৰতৰ প্ৰাচীন নাম কি?

Answer: ভাৰত বা হিন্দুস্তান হৈছে ভাৰতৰ প্ৰাচীন নাম। প্ৰাচীন গ্ৰীকসকলে ভাৰতীয়সকলক ইন্দোই বুলি উল্লেখ কৰিছিল। Bharat or Hindustan is the ancient name of India. The ancient Greeks referred to the Indians as Indoi.